প্ৰিয় সদস্যসকল,
আজি আমাৰ এই টেলিগ্ৰাম যাত্ৰাৰ শেষ দিন। আপোনালোকৰ প্ৰেম আৰু সমৰ্থনে এই যাত্ৰা অবিস্মৰণীয় কৰি তুলিছে।
আজিৰে পৰা আমি হোৱাটছএপ চেনেলত একেলগে আগবাঢ়িম:
👉 https://tinyurl.com/JobAssam
সকলোলৈ নৱবৰ্ষ ২০২৬ ৰ আন্তৰিক শুভেচ্ছা। নতুন বৰ্ষটোৱে আপোনালোকৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।
ধন্যবাদ আৰু শুভ নৱবৰ্ষ! 🎉
















