POWERGRID-এ উত্তৰ-পূৰ্বাঞ্চলত Civil আৰু Electrical শাখাত 4০টা Field Engineer পদত নিযুক্তিৰ বাবে অনলাইন আবেদন আহ্বান কৰিছে। যোগ্য প্ৰাৰ্থীসকলে 5 ছেপ্টেম্বৰ 2026 তাৰিখৰ ভিতৰত অনলাইনযোগে আবেদন দাখিল কৰিব পাৰিব।
https://govjobassam.com/powergrid-recruitment/
আমাৰ Whatsapp চেনেলত Join হওঁক - https://whatsapp.com/channel/0029Va5EPFZIyPtKOb6G4L0K
শ্বেয়াৰ কৰিব।