
পাটকাই ক্লাচেজৰ প্ৰত্যেক সদস্যলৈ অসমীয়া নতুন বৰ্ষৰ আৰু ৰঙালী বিহুৰ অফুৰন্ত শুভেচ্ছা। সকলোৱে আশা কৰা মতে সফলতা লাভ কৰে যেন এই বছৰত। সেই আশাৰেই আগবঢ়াইছোঁ বহুতে বিচাৰি থকা MCQ এটা চিৰিজ য'ত থাকিব সাধাৰণ জ্ঞানৰ লগত জড়িত প্ৰত্যেক বিষয়ৰ ওপৰত কেইবাটাই টেষ্ট। যি টেষ্ট দি তোমালোকে নিজৰ জ্ঞান বৃদ্ধি কৰাৰ লগতে নিজকে জুখি চাবও পাৰিবা। চিৰিজটো উপলব্ধ হ'ব পাটকাই ক্লাচেজৰ এপত।
10April 15, 2026 6.3K 1