APSC জাননী (চমু ৰূপ):
পৰীক্ষা: Forest Ranger Examination-2025
নতুন তাৰিখ: ১৪ ছেপ্টেম্বৰ, ২০২৬ (সোমবাৰ) [১২.৯.২০২৬ ৰ পৰিৱৰ্তে]
স্থান আৰু সময়: অপৰিবৰ্তিত থাকিব
এডমিট কাৰ্ড: আগতে ডাউনলোড কৰা ই-প্ৰৱেশ পত্ৰখনেই ১৪ ছেপ্টেম্বৰৰ বাবে গ্ৰহণযোগ্য হ'ব (নতুনকৈ দিয়া নহয়)।
join for more update :- @axomjobupdate

September 7, 2026 1.1K 4