যোৱা ৫ বছৰত অসম আৰক্ষীত আমি ২১ হাজাৰ নিযুক্তি প্ৰদান কৰিছিলোঁ৷ পৰৱর্তী ৫ বছৰতো আমাৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ৰাজ্য চৰকাৰৰ ২ লাখ চাকৰিৰ ভিতৰত অসম আৰক্ষীত প্ৰায় ২০ হাজাৰ নিযুক্তি প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ৷t.me/axomjobupdate/13304September 2, 2026 493 3