অসমৰ বৰ্তমান পৰিস্থিতি একেবাৰে বেয়া বিশেষকৈ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চল পানীৰ কৱলত 🥹🥹 সকলোৱে সজাগ হৈ অলপ সুৰক্ষিত ঠাইত থাকিবলৈ চেষ্টা কৰিব । ভগৱানে সকলোকে কৃপা কৰক আৰু অতি সোনকালে এই বানপানীৰ কৱলৰ পৰা উদ্ধাৰ কৰক🥹🥹🙏
July 20, 2026 10.6K 1